Food

কিয় খাব লাগে দৈ গাখীৰ?

গাখীৰৰ আংশিক ৰাসায়নিক পৰিৱৰ্তন ঘটি গোট মৰা ৰূপটোৱেই হৈছে দৈ বুলি । দৈত কেইবিধমান বেক্টেৰিয়া(উপকাৰী), যেনে-  ষ্ট্ৰেপ্টট’কলাছ লেক্টিছ, ষ্ট্ৰেপ্টট’ককাছ থাৰ্মফিলাছ আৰু ষ্ট্ৰেপ্টককাছ বুলগেৰিকাছ আদিয়ে ঘটোৱা ৰাসায়নিক ক্ৰিয়াৰ ফলতেই সকলো প্ৰকাৰৰ গাখীৰ দৈত পৰিণত হৈ উঠে ।  এঁৱা গাখীৰৰ লগত ভালকৈ মিশ্ৰণ ঘটালেই গাখীৰ দৈত পৰিণত হোৱাটো সহজ হৈ পৰে।