Indian Premier League

আজিৰে পৰা আৰম্ভ আইপিএলৰ ১৫তম সংস্কৰণ, আইপিএল ২০২২। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত শনিবাৰে সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব খেলুৱৈৰ মাজত মহাৰণ। ২৬ মে’ৰ পৰা ২৯ মে’লৈকে মুম্বাই আৰু পুনেত মুঠ ৭০খন খেল অনুষ্ঠিত হ’ব।

মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ২০খন খেল অনুষ্ঠিত হোৱাৰ লগতে ১৫খন খেল অনুষ্ঠিত হ’ব ব্ৰাব’ৰ্ণ ষ্টেডিয়ামত। ডিৱাই পাটিল ষ্টেডিয়ামত ২০খন খেল আৰু পুনেৰ এমচিএ ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত ১৫খন খেল অনুষ্ঠিত হ’ব।