Lifestyle

বহু মানুহে মুখৰ গোন্ধৰ বাবেই মানুহৰ সন্মুখত কথা ক'বলৈ লাজ পায়। মুখৰ দুৰ্গন্ধই আমাৰ বহুতকে বিভিন্ন সময়ত অসুবিধাত পেলায়। মুখৰ পৰা এক অস্বাভাৱিক কেচেমা গোন্ধ নিৰ্গত হোৱা এই সমস্যাক ইংৰাজীত ‘বেড ব্ৰেথ’     বুলি কোৱা হয়।

বেড ব্ৰেথৰ বিভিন্ন কাৰণ থাকে, যেনে – মুখ বা দাঁত ভালকৈ পৰিষ্কাৰ নকৰা, দাঁতৰ ৰোগ, দাঁতৰ আলুৰ বিভিন্ন ৰোগ, মুখগহ্বৰৰ ৰোগ, লিভাৰৰ বিভিন্ন অসুখ, শ্বাসতন্ত্ৰৰ বিভিন্ন ৰোগ আদিৰ ফলত এই সমস্যাই দেখা দিব পাৰে। 

মুখৰ দুৰ্গন্ধ আঁতৰ কৰাৰ কেইটিমান ঘৰুৱা উপায় –