এজোপা গছে ভাগ্য সলনি কৰিব পাৰে আপোনাৰ! সুখ-শান্তি আৰু অৰ্থ বৃদ্ধিৰ বাবে ঘৰত ৰাখক এই গছ.....

lucky bamboo

বাস্তু শাস্ত্ৰৰ মতে ঘৰ বা অফিচত য’তেই বাঁহৰ গছ ৰখা হয় তাতেই সুখ আৰু সমৃদ্ধিৰ আকৰ্ষণ হয়। বাস্তুৰ মতে ঘৰৰ ভাগ্যবাঁহ সদায় দক্ষিণ-পূব বা উত্তৰ দিশত ৰাখিব লাগে। তেতিয়াহে সফলতা আহে । ঘৰতে ভাগ্যৱান বাঁহৰ পুলি ৰোপণ কৰিলে ইতিবাচকতা আনে, অতি শুভ বুলি ভৱা হয় ।

সুভ বাঁহৰ ভিতৰত আছে লাকী বাঁহ। ই সৌন্দৰ্য্যৰ লগতে সৌভাগ্যৰ তলা খুলি দিয়ে বুলি কোৱা হয়। কিন্তু সঠিক ঠাইত স্থাপন কৰিলেহে ই শুভকামনাক আকৰ্ষণ কৰে বা কৰিব পাৰে । ঘৰৰ সকলো বস্তু বাস্তুত ৰাখিলে সুখ পোৱা যায় বুলি বিশ্বাস কৰা হয় । গছ-গছনিবোৰক সঠিক ঠাইত স্থাপন নকৰিলে ধন-সম্পত্তি আকর্ষণ কৰিব নোৱাৰে।

লাকী বাম্মু বা বাঁহ গছ। এই গছজোপা ঘৰত ৰাখিব। নিশ্চিত কৰিব যে ই যেন শুকাই নাযায়। যদি আপুনি এই গছ ৰাখে, আপুনি কেইদিনমানৰ ভিতৰতে উপলব্ধি কৰিব যে আপোনাৰ ভাগ্য সলনি হ’বলৈ আৰম্ভ কৰিছে ।
 

Category
Profile picture for user UB Photos