Wing Commander Abhinandan Varthaman

সমগ্ৰ বিশ্বই আজি অর্থাৎ ১৪ ফেব্ৰুৱাৰীত প্ৰেমৰ দিৱস ভেলেণ্টাইন দে' উদযাপন কৰে যদিও, ভাৰতৰ বাবে এক 'ক'লা দিন' হিচাপে পৰিচিত। 

ভাৰতীয় নিৰাপত্তা বাহিনীৰ ওপৰত হোৱা আটাইতকৈ ভয়ংকৰ আক্ৰমণ য'ত ৪০ জন চিআৰপিএফ বীৰ জোৱানে প্ৰাণ হেৰুৱাব লগা হৈছিল।

attack