U-19

ইতিহাস ৰচিলে ভাৰতীয় ক্ৰিকেট দলে। পঞ্চমবাৰৰ বাবে ১৯-অনূৰ্ধ্বৰ বিশ্বকাপৰ খিতাপ আজুৰিলে ভাৰতে। ইংলেণ্ডক চাৰি উইকেটত পৰাস্ত কৰিলে টীম ইণ্ডিয়াই। চমকপ্ৰদ প্ৰদৰ্শনেৰে ভাৰতীয় দলে অৱশেষত আজুৰিলে এই বিজয়ৰ খিতাপ।

ভাৰতীয় দলৰ বিজয়ৰ পিছতেই BCCIয়ে কৰিলে বিশেষ ঘোষণা। ১৯-অনূৰ্ধ্বৰ বিশ্বকাপৰ খিতাপ জিকা দলক প্ৰদান কৰিব ডাঙৰ পুৰস্কাৰ। পিছে কি হ'ব এই পুৰস্কাৰ?

https://twitter.com/JayShah/status/1490054392157913089