Winter Skin Care

চৌদিশে শীতৰ প্ৰকোপ বাঢ়িছে। শীতকালত চালবোৰ প্ৰায়ে শুকান হৈ পৰাও দেখা যায়।

ইয়াৰ ফলত চালৰ খজুৱতি বঢ়াৰ লগতে চাল ফটা অথবা চালৰ দাগৰ সমস্যাই দেখা দিয়ে। যাৰফলত এই সময়ছোৱাত, ছালৰ যত্ন বেছিলৈ ল'ব লাগে।