Yellow Name Plate

ভাৰতীয় ৰে'লৱে বিশ্বৰ চতুৰ্থ বৃহত্তম ৰে'লৱে নেটৱৰ্ক আৰু এছিয়াৰ দ্বিতীয় বৃহত্তম নেটৱৰ্ক হিচাপে বিখ্যাত।

প্ৰতিদিনে কোটি কোটি মানুহে ৰে'লত ভ্ৰমণ কৰে। দেশত মুঠ ৭,৩৪৯ টা ৰে'ল ষ্টেচন আছে। সাধাৰণতে ৰে'লত ভ্ৰমণ কৰা লোকসকলে প্ৰায়ে দেখি আহিছে যে ৰে'ল ষ্টেচনৰ নাম সদায় হালধীয়া ৰঙৰ ফলকত লিখা থাকে। কিন্তু হয়তো কোনেও ইয়াৰ আঁচল কাৰণ জানিবলৈ চেষ্টা কৰা নাই।

name plate