Innovator. Guwahati High Court

প্ৰখ্যাত উদ্ভাৱক, আৱিষ্কাৰক আৰু পদ্মশ্ৰী বঁটা প্ৰাপ্ত উদ্ধৱ ভৰালীৰ বিৰুদ্ধে দাখিল কৰা হৈছে ধৰ্ষণৰ অভিযোগ।

অসম আৰক্ষীয়ে পদ্মশ্ৰী বঁটা প্ৰাপ্ত ব্যক্তিজনৰ বিৰুদ্ধে যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইনৰ (পকচো) অধীনত এটা গোচৰ ৰুজু কৰিছে।

উদ্ধৱ ভৰালীৰ বিৰুদ্ধে এগৰাকী নাবালকক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি তেওঁ কণমানিজনী বহু মাহ আগতে তুলি লৈছিল। 

ভুক্তভোগী কণমানিজনীয়ে অভিযোগ কৰিছে যে তাইৰ পালক পিতৃয়ে তাইক এবছৰ ধৰি যৌন নিৰ্যাতন কৰি আহিছে।