AHSEC

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচী ঘোষণা
উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ ঘোষণা
১২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব পৰীক্ষা
১৩ মাৰ্চত অন্ত পৰিব HS চূড়ান্ত পৰীক্ষা
প্ৰতি জিলাৰ বিদ্যালয় পৰিদৰ্শকলৈ সময়সূচী প্ৰেৰণ
১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ইংৰাজীৰ পৰীক্ষা
১৩ ফেব্ৰুৱাৰীত সংগীত গ্ৰুপ Aৰ পৰীক্ষা
১৬ ফেব্ৰুৱাৰীত ৰসায়ন বিজ্ঞান, বিজনেছ ষ্টাডি, ৰাজনীতি বিজ্ঞান
১৯ ফেব্ৰুৱাৰীত পদাৰ্থ বিজ্ঞান, শিক্ষা, একাউণ্টেন্সি
২১ ফেব্ৰুৱাৰীত MIL, ঐচ্ছিক ইংৰাজী
২২ ফেব্ৰুৱাৰীত উচ্চ সংস্কৃত, এণ্টাৰ প্ৰেনিঅ’ৰশ্বিপ ডেভলপমেণ্ট