ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ দিন!

HS Results

৩০ জুনৰ ভিতৰত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। 

ফলাফল ঘোষণাৰ বাবে প্ৰস্তুতি সম্পন্ন কৰিছে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। অৱশ্যে এইপৰ্যন্ত ফলাফলৰ তাৰিখ ঘোষণা কৰা নাই AHSECয়ে।

উল্লেখ্য় যে, শীঘ্ৰে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ফলাফলৰ তাৰিখ ঘোষণা কৰাৰ সম্ভাৱনা আছে।

Category
Profile picture for user UB Photos