এইবাৰ সলনি হ'ল উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰম...চাও আহক কি কি বিষয়ৰ সলনি হ'ল পাঠ্যক্ৰম।

AHSEC

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ হঠকাৰী সিদ্ধান্ত। শিক্ষাবৰ্ষ, আৰম্ভ হোৱা পাছতে হঠাৎ সলনি পাঠ্যক্ৰম। ১৪টা বিষয়ৰ পাঠ্যক্ৰমত সালসলনি।
সলনি হ’ল পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, অংকশাস্ত্ৰ।
পাঠ্যক্ৰম সলনি হ’ল জীৱবিজ্ঞান, ভূগোল বিজ্ঞানৰ। ৰাজনীতি বিজ্ঞান, অৰ্থনীতি বিষয়তো পাঠ্যক্ৰমৰ সালসলনি।

Category
Profile picture for user UB Photos