Sahitya Akademi Award

২০২৪ বৰ্ষৰ বিভিন্ন শিতানত সাহিত্য অকাডেমীৰ বঁটা ঘোষণা কৰা হৈছে। এইবেলি অসমৰ প্ৰসিদ্ধ সাহিত্যিক ৰঞ্জু হাজৰিকালৈ ২০২৪ বৰ্ষৰ শিশু সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হৈছে। বিপন্ন বিস্ময় খেল নামৰ শিশু উপন্যাসৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে সাহিত্যিকগৰাকীক। ২০৪ খন শিশু গ্ৰন্থৰ স্ৰষ্টা ৰঞ্জু হাজৰিকা।

লগতে, ।নয়নজ্যোতি শৰ্মালৈ ২০২৪ বৰ্ষৰ একাডেমীৰ যুৱ সাহিত্যিক বঁটা আগবঢ়োৱা হৈছে। ‘জাল কটা জুই’ গ্ৰন্থৰ বাবে এই সন্মান শৰ্মালৈ

বড়ো ভাষাত ভাৰ্জিন জেক’ভা মুছাহাৰীক স্বীকৃতি। মুছাহাৰীলৈ শিশু সাহিত্য একাডেমী বঁটা।