Human Rights

আফগানিস্তানত নাৰী অধিকাৰক লৈ অব্যাহত আছে প্ৰতিবাদ। প্ৰতিবাদ মাজতেই মঙলবাৰে উত্থাপন হৈছিল এটা বিশেষ প্ৰশ্ন। বিশ্ব সম্প্ৰদায়ৰ লগত জড়িতআছিল এই প্ৰশ্ন।

নাৰী অধিকাৰ কৰ্মীয়ে তালিবানৰ নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ নিষ্ক্ৰিয়তাৰ ওপৰত প্ৰশ্ন তোলে। তেওঁলোকৰ হাতত থকা বেনাৰ-প্লেকাৰ্ডখনত লিখা আছিল– ‘বিশ্ববাসীয়ে কিয় নিঃশব্দে আমাক মৰি থকা চাই আছে?’