bodies found

প্ৰকৃতিৰ ৰম্যভূমি উত্তৰাখণ্ডত সন্ধানহীন পৰ্যটক। বৰফৰ বুকুত দিশ হেৰুৱাই আৱদ্ধ হৈ অৱশেষত প্ৰাণ হেৰুৱালে ১১ জন পৰ্যটকে।

প্ৰৱল হিমবাহৰ বাবে উত্তৰাখণ্ডৰ লামখাগা পাচত ১৮ অক্টোবৰৰ দিনা ১৭,০০০ ফুট উচ্চতাত আৱদ্ধ হৈ পৰিছিল ১৭ জন লোক। এই লোকসকলৰ মাজত পৰ্যটক, গাইডৰ লগতে আছিল সা-সামগ্ৰী কঢ়িয়াই নিয়া লোক। হিমবাহৰ বাবে মৃত্যুক সাৱটি লয় ১১ জন লোকে।

Uttarakhand