DIG Raunak Ali Hazarika

DIG ৰৌণক আলী হাজৰিকাৰ জামিন আবেদনৰ শুনানি

মঙলবাৰে চূড়ান্ত শুনানি গ্ৰহণ কৰে উচ্চ ন্যায়ালয়ে

শুনানিৰ অন্তত ৰায়দান সংৰক্ষিত ৰাখে ন্যায়ালয়ে

দীৰ্ঘদিন ধৰি কাৰাগাৰত আছে দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াজন

৬ দিন ধৰি একেৰাহে জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিছিল ন্যায়ালয়ে

ইতিমধ্যে নিম্ন আদালতে জামিন নাকচ কৰিছে ৰৌণক আলী হাজৰিকাৰ

আয় বহিৰ্ভূত সম্পত্তি সন্দৰ্ভত গ্ৰেপ্তাৰ হৈছিল হাজৰিকা

অনুমতি অবিহনে বিদেশ ভ্ৰমণ কৰাৰ বাবেও পুনৰ গ্ৰেপ্তাৰ হৈছিল ৰৌণক আলী হাজৰিকা