মডেলিঙৰ জৰিয়তে আকাশ চুবৰ মন এগৰাকী মহিলাৰ। শোণিতপুৰ জিলাৰ কৃতি ছেত্ৰী নামৰ বিবাহিত মহিলাগৰাকীয়ে মডেলিঙৰ জৰিয়তে কঢ়িয়াই আনিছে গৌৰৱ।

‘Miss & Mrs Top Model India 2021’ৰ ‘Miss Top Model 2021’ৰ লগতে বহুকেইটা ৰাষ্ট্ৰীয় পৰ্য্যায়তো বঁটা পাবলৈ সক্ষম হৈছে কৃতি ছেত্ৰী।