প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ বাসগৃহত নিৰ্যাতনৰ ঘটনা
পোহৰলৈ আহিছে চাঞ্চল্যকৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা
প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বোৱাৰীয়েকক নিৰ্যাতনৰ অভিযোগ
পুত্ৰ ৰাজৰ্ষি সেন ডেকাই পত্নীক নিৰ্যাতন চলোৱাৰ অভিযোগ
পূৰ্বে বিবাহ বিচ্ছেদ হৈছিল ৰাজৰ্ষি সেন ডেকাৰ
পূৰ্বৰ বিবাহৰ কথা গম পোৱা নাছিল বৰ্তমানৰ পত্নীয়ে
মহিলাগৰাকীৰ শাহু-স্বামীৰ বিৰুদ্ধে নিৰ্যাতন চলোৱাৰ অভিযোগ
আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী বোৱাৰীগৰাকী
- Today is: