UB News

অসমত অন্ত পৰিল লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ
অসমৰ ১৪ লোকসভা সমষ্টিৰ ভোটদানৰ হাৰ
১০নং কাজিৰঙা সমষ্টিত ভোটদানৰ হাৰ ৭৯.৩৩%
১১নং শোণিতপুৰ সমষ্টিত ভোটদানৰ হাৰ ৭৮.৪৬%
১২ নং লখিমপুৰ সমষ্টিত ৭৬.৪২%
১৩ নং ডিব্ৰুগড় সমষ্টিত ৭৬.৭৫%
১৪ নং যোৰহাট সমষ্টিত ৭৮.২৫%
৪ নং দৰং-ওদালগুৰি সমষ্টিত ৮২.০১%
৬ নং ডিফু সমষ্টিত ৭৫.৭৪%
৭ নং কৰিমগঞ্জ সমষ্টিত ৮০.৪৮%
৮ নং শিলচৰ সমষ্টিত ৭৯.০৫%
৯ নং নগাঁও সংসদীয় সমষ্টিত ৮১.১৭%
১ নং কোকৰাঝাৰ সমষ্টিত ৮৩.৫৫%
২ নং ধুবুৰী সমষ্টিত ৯২.০৮%
৫ নং গুৱাহাটী সংসদীয় সমষ্টিত ৭৮.৩৯%