Alcohol

ভয়াল ৰাতি সুৰাত মগন যুৱতী। অচিনাক্ত যুৱকে বুক কৰি দিয়া উবেৰত বহি পাহৰি থাকিল নিজৰ ঘৰৰ ঠিকনা।

নিশা মাতাল যুৱতীৰ তাণ্ডৱ। জানিব পৰা অনুসৰি, কোনো অচিন যুৱকে পামহিৰ পৰা উৱেৰ বুক কৰি দিছিল গনেশপাৰালৈ বুলি।

পিছে গনেশপাৰালৈ উৱেৰ চালকে লৈ গৈছিল যদিও সুৰাৰ ৰাগীত মগন হয় থকা যুৱতীয়ে পাহৰিলে নিজৰ ঘৰৰ ঠিকনা। যাৰ বাবে বিবুধিক পৰা উবেৰ চালকে যুৱতীক লৈ যায় গড়চুক থানালৈ।

পিছে গড়চুক থানাত উপস্থিত হৈও মাতাল যুৱতীগৰাকীয়ে দেখুৱালে তাণ্ডৱ। মুখত অশ্লীল গালি গালাজ আৰু হাতত সুৰাৰ বটল। যাকে য’তে পাইছে এফালৰ পৰা দি গৈছে ব্যভিচাৰ গালি।