ষ্টীলৰ গ্লাছত সুৰাপান কৰাতো শৰীৰৰ বাবে হানিকাৰক নেকি?জানি লওক...........

Alcohol

প্ৰথম কথাত ক'বলৈ গ'লে সুৰাপান কৰাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক । লাগিলে সেয়া ষ্টীলৰ গ্লাছ বা কাঁচৰ গ্লাছে নহওঁক কিয় ?

অতিজৰে পৰা সমগ্ৰ বিশ্বত সুৰাৰ প্ৰচলন চলি আহিছে । বৰ্তমান সময়তো যুৱ প্ৰজন্মসকল অধিকমাত্ৰাত সুৰাৰ প্ৰতি আসক্ত হোৱা দেখিবলৈ পোৱা যায় । 

Alchohol

এতিয়া আমাৰ প্ৰশ্নটো আছিল যে, ষ্টীলৰ গ্লাছত সুৰাপান কৰাতো শৰীৰৰ বাবে হানিকাৰক নেকি?কিয় ষ্টীলৰ গ্লাছত সুৰাপান কৰা নহয়?ইয়াৰ আঁৰত কি কাৰণ আছে?

Alchohol

আচলতে, বিশ্বৰ যিকোনো স্থানতেই কাঁচৰ গ্লাছত সুৰাপান কৰা হয় । কেতিয়াও ষ্টীলৰ গ্লাছ বা প্লাষ্টিকৰ গ্লাছত সুৰা ছাৰ্ভ কৰা নহয়। কাঁচৰ গ্লাছত সুৰাপান কৰাৰ আমেজ আৰু অনুভূতিয়ে বেলেগ। সেইবাবেই কাঁচৰ গ্লাছত সুৰা ছাৰ্ভ কৰা হয়।

Alchohol

কিন্তু সুৰা উৎপাদনৰ ক্ষেত্ৰত ষ্টীলৰ পাত্ৰৰ ডাঙৰ ভূমিকা আছে। কাৰণ ফৰ্মেণ্টিঙৰ পৰা ফিল্টাৰিং পৰ্যন্ত সম্পূৰ্ণ প্ৰক্ৰিয়াত এলকহল ৰখা হয় ষ্টেইনলেছ ষ্টীলৰ ড্ৰামত।

আনহাতে, ষ্টীলৰ গ্লাছত মদ ঢালিলে তাৰ কেমিকেল ৰিয়েক্সন বা ফ্লেভাৰৰ কোনো পৰিৱৰ্তন নহয়। সেয়া প্ৰমাণিত। আনকি ষ্টীলৰ গ্লাছত সুৰাপান কৰিলে স্বাস্থ্যৰ কোনো ধৰণৰ ক্ষতি নহয়। অৱশ্যে সুৰাপান আৰু ধূমপান স্বাস্থ্যৰ পক্ষে ক্ষতিকৰ।

Alchohol

সুৰাপান কৰাটো হৈছে এক আমেজৰ বিষয়। সুৰাপানত স্বাদ আৰু আমেজ গ্ৰহণ গুৰুত্বপূৰ্ণ। কাঁচৰ গ্লাছত সুৰাপানত আমেজ আৰু অনুভূতি জাগে। সেইবাবেই কাঁচৰ গ্লাছত সুৰা ছাৰ্ভ কৰা হয়।

Alchohol

বহুতেই ধাৰণা কৰে, কাঁচৰ গ্লাছত সুৰা ঢালিলে সেয়া দেখিবলৈও ভাল লাগে। ষ্টীলৰ গ্লাছত সুৰা থাকিলে সেয়া দেখা নাযায়। ফলত আমেজৰ দিশটো ম্লান পৰে। সেই বাবেই বহুতে ষ্টীলৰ গ্লাছৰ সলনি কাঁচৰ গ্লাছত সুৰাপান কৰাটো পছন্দ কৰে ।

Category
Profile picture for user UB Photos