Imran Shah Choudhury

৪ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হয় মুখ্যমন্ত্ৰীৰ চহী জালিয়াতি কৰি দুৰ্নীতি কৰা ইমৰাণ শ্বাহ চৌধুৰীক। মঙলবাৰে চিজেএম আদালতে দিয়ে এই নিৰ্দেশ।

উল্লেখযোগ্য যে,  মুখ্যমন্ত্ৰীৰ চহী জালিয়াতিৰে ৱৰ্ক অৰ্ডাৰ উলিয়াইছিল ধৃত ইমৰাণ শ্বাহ চৌধুৰীয়ে ৷ ১৪ দিনৰ বাবে ইমৰাণ শ্বাহ চৌধুৰীক নিজৰ জিম্মাত বিচাৰিছিল দিছপুৰ আৰক্ষীয়ে।