blast

যুদ্ধবিধ্বস্ত ইউক্ৰেইনত গ্ৰেনেড বিস্ফোৰণৰ এটা দৃশ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে সামাজিক মাধ্যমত। ইউক্ৰেইনৰ পশ্চিম জাকাৰপাটিয়া নামৰ অঞ্চলৰ গ্ৰাম পৰিষদৰ এখন সভাত গ্ৰেনেড বিস্ফোৰণ ঘটাই এজন ক্ষুব্ধ সদস্যই। 

উল্লেখ্য যে, ভিডিঅ’টোত দেখা পোৱা ধৰণেই পৰিষদৰ সভা চলি থাকোঁতেই ক্ষুব্ধ সদস্যজন সভাগৃহৰ ভিতৰত প্ৰৱেশ কৰে। সভাত উপস্থিত অন্য সদস্যসকলে কোনো ধৰণৰ সন্দেহ কৰাৰ অৱকাশ নাছিল ক্ষুব্ধ সদস্যজনক লৈ।