Donald Trump

ৱাশ্বিংটনত মোদী-ট্ৰাম্পৰ বৈঠক
হোৱাইট হাউছত ৰাষ্ট্ৰপতি ট্ৰাম্পেৰে বৈঠক PM মোদীৰ
MIGA আৰু MAGA সন্দৰ্ভত দুই ৰাষ্ট্ৰ প্ৰধানৰ আলোচনা
ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰৰ অন্যতম থীম আছিল MAGA
বিকশিত ভাৰত আৰু আমেৰিকাৰ বাবে একেলগে কাম কৰাৰ প্ৰতিজ্ঞাবদ্ধ
সমৃদ্ধিৰ বাবে মেগা পাৰ্টনাৰশ্বিপ হৈ পৰিল MAGA আৰু MIGA
আন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা
প্ৰায় ৪৫ মিনিটৰ বৈঠকৰ অন্তত দুই নেতাৰ যুটীয়া সংবাদমেল
ব্লেয়াৰ হাউছত কোটিপতি এলন মাস্ককো সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ
ৰাষ্ট্ৰীয় চোৰাংচোৱাৰ সঞ্চালক তুলসী গাৱাৰ্ডৰ সৈতেও বৈঠক মোদীৰ