Sidharth Shukla

অভিনেতা সিদ্ধাৰ্থ শুকলাক সন্মান দিয়াৰ উদ্দেশ্যে সোমবাৰে আবেলি ৫ বজাত আয়োজন কৰা হৈছে প্ৰাৰ্থনা সভাৰ। ইনষ্টাগ্ৰামযোগে অনুৰাগীক প্ৰাৰ্থনা সভাৰ বাবে আমন্ত্ৰণ জনালে অভিনেতা কৰণবীৰ বহৰাই।

প্ৰয়াত অভিনেতা সিদ্ধাৰ্থ শুকলাৰ মাতৃ আৰু ভগ্নীৰ হৈ কৰণবীৰে শ্বেয়াৰ কৰিলে পোষ্ট। টেলিভিছন পৰ্দাৰ লগতে বলিউডতো ভুমুকি মৰাৰ লগতে Bigg Boss-13ৰ বিজয়ী হোৱা সিদ্ধাৰ্থ শুকলাই ৪০ বছৰ বয়সতে অকাল মৃত্যুক সাৱটি লয়।