Assam

প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ দেহাৱসান
GMCHত শেষ নিশ্বাস ত্যাগ প্ৰাক্তন মন্ত্ৰীগৰাকৰীৰ
৮৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ থানেশ্বৰ বড়োৰ
দীৰ্ঘদীনে মধুমেহ ৰোগত আক্ৰান্ত আছিল বড়ো
১৪ মে’ৰ পৰা GMCHত চিকিৎসাধীন আছিল তেওঁ
অগপ চৰকাৰৰ শিক্ষামন্ত্ৰী আছিল প্ৰয়াত বড়ো
মহন্ত চৰকাৰৰ দিনত ৰাজহ মন্ত্ৰীৰ দায়িত্বতো আছিল বড়ো
ৰঙিয়া সমষ্টিৰ তিনিবাৰকৈ বিধায়ক আছিল তেওঁ
বি বৰুৱা কলেজৰ প্ৰবক্তাও আছিল বড়ো
অগপৰ আমবাৰীস্থিত কাৰ্যালয়লৈ নিয়া হ’ব নশ্বৰদেহ
দলীয় কৰ্মকৰ্তাই শ্ৰদ্ধাঞ্জলি জনাব প্ৰয়াত মন্ত্ৰীগৰাকীক