Omar Abdullah

জম্মু-কাশ্মীৰৰ নতুন চৰকাৰৰ শপত গ্ৰহণ
দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ওমৰ আব্দুল্লাই
মুখ্যমন্ত্ৰীৰ লগতে আন ৯ মন্ত্ৰীয়ে ল’লে শপত 
শ্ৰীনগৰৰ শ্বেৰ-ই-কাশ্মীৰ ইণ্টাৰনেচনেল কনভেনচন চেণ্টাৰত এই অনুষ্ঠান
অনুষ্ঠানত উপস্থিত মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী
পূৰ্বে ২০০৯ৰ পৰা ২০১৪ লৈ জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী আছিল ওমৰ আব্দুল্লা
২০১৪ৰ পাছত প্ৰথমবাৰ জম্মু-কাশ্মীৰত অনুষ্ঠিত হৈছিল নিৰ্বাচন
২০১৮ত ভংগ হৈছিল বিজেপি-PDPৰ চৰকাৰ
২০১৮ৰ পৰাই জম্মু-কাশ্মীৰত চলি আছিল ৰাষ্ট্ৰপতিৰ শাসন
২০১৯ত জম্মু-কাশ্মীৰত বাতিল হৈছিল ৩৭০ অনুচ্ছেদ