amit brikshya andolan 2024

১ আগষ্টৰ পৰা ১৫ আগষ্টলৈ অমৃত বৃক্ষ আন্দোলন, ২০২৪
সমগ্ৰ অসমত বিতৰণ কৰা হ’ব ৪ কোটি গছপুলি
কামৰূপ মহানগৰ জিলাৰ অধীনত বিতৰণ হ’ব গছপুলি
বন বিভাগৰ নাৰ্চাৰীৰ পৰা গছপুলি আনি জমা কৰিব ৫টা স্থানত
বশিষ্ঠ, সোণাপুৰ, চন্দ্ৰপুৰ, ফৰেষ্ট স্কুল, জালুকবাৰীত জমা হ’ব পুলি
কামৰূপ মেট্ৰ’ৰ ২৬টা কাৰ্যালয়লৈ যাব গছপুলি 
২৬ টা কাৰ্যালয়ৰ পৰা হ’ব গছ পুলি বিতৰণ
মহানগৰবাসীৰ সুবিধাৰ্থে বনবিভাগে যোগান ধৰিব গছপুলি
মহানাগৰিকে ফোন কৰিলে ঘৰে ঘৰে উপলব্ধ হ’ব গছপুলি