Beauty Tips

একেলেথাৰি বৰষুণ দি থকাৰ ফলত ৰাস্তা-ঘাট পানীময় হৈ পৰিছে। এই পানীময় ৰাস্তাত খোজ কাঢ়ি থকাৰ ফলত বিভিন্নধৰণৰ খজুৱতি, ঘাহ আদি হোৱা দেখা যায়। ৰাস্তাত যদি জোতা সম্পূৰ্ণৰূপে তিতি যায়, ভৰিৰ বিভিন্ন সমস্যাই দেখা দিব পাৰে। নতুবা দীৰ্ঘদিন ধৰি তিতি থকা জোতা পিন্ধিলেও ভৰিত ভেঁকুৰৰ সংক্ৰমণ হ’ব পাৰে। গতিকে, বাৰিষাত ভৰিৰ বিশেষ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয়।

১/ সদায় বাহিৰৰ পৰা ঘৰলৈ উভতাৰ সময়ত ভৰিখন কুহুমীয়া পানীত এন্টিচেপ্টিকেৰে ভৰি পৰিষ্কাৰ কৰিব লাগে। ইয়াৰ ফলত ভেঁকুৰ সংক্ৰমণৰ প্ৰৱণতা হ্ৰাস পাব।