friday tips

বৰ্তমান সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ কিবা আছে যদি সেয়া হৈছে টকা। টকাৰ বাবেই বিভিন্ন ধৰণৰ ঘটনা আমি প্ৰায়ে শুনিবলৈ পাঁও। আপুনিও টকা-পইছাৰ সমস্যাত ভুগি আছে নেকি? যদি আছে তেন্তে, শুকুবাৰৰ দিনটোত কৰক এই কেইটা কাম -