Hit Wave

দেশৰ ভিন্ন ৰাজ্যৰ অৰ্ধশতাধিক চহৰত ক্ৰমাৎ ঊৰ্ধ্বগামী পাৰাস্তম্ভ।

ৰাজস্থানত সৰ্বাধিক তাপমান ৫৩ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি।

ৰাজস্থানত গ্ৰীষ্ম প্ৰৱাহ আৰু গৰমৰ প্ৰকোপত ইতিমধ্যে নিহত হৈছে ৮জনকৈ লোক।

কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি দেশৰ বিভিন্ন প্ৰান্তত ১৫০টাতকৈও অধিক জলাশয়ৰ পানী শুকাবলৈ লৈছে। বতৰৰ এই পৰিৱৰ্তনে কঢ়িয়াই আনিছে অশনি সংকেত।