ভাইৰেল হ’ল প্ৰিয়ংকা চোপ্ৰাৰ জিয়ৰী মালতীৰ ফটো! পিতৃ নে মাতৃৰ চেহেৰাৰ সৈতে মিল কন্যা মালতীৰ?

Malti

অৱশেষত সকলোৰে সন্মুখলৈ আহিল নিক জনাছ আৰু প্ৰিয়ংকা চোপ্ৰাৰ জীয়ৰী মালতী মেৰীৰ চেহেৰা।

1

প্ৰথম বাৰৰ বাবে সংবাদ মাধ্যমক কন্যাৰ ফটো তোলাৰ অনুমতি দিলে নিক-প্ৰিয়ংকাই।

3

বিগত বৰ্ষত ছেৰোগেচীৰ মাধ্যমেৰে মালতীক এই পৃথিৱীলৈ আনিছিল নিকপ্ৰিয়ংকাই।

3

জোনাছ ব্ৰাডাৰ্ছৱাক অ‍ব ফেমষ্টাৰ পাৱাৰ অনুষ্ঠানত কন্যা মালতীক লৈ উপস্থিত আছিল প্ৰিয়ংকা।মাতৃ প্ৰিয়ংকাৰ কোলাত খেলি আছিল মালতীয়ে।

5

এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে মালতী মেৰীৰ ফটো।

Category
Profile picture for user UB Photos