ভোগেৰে ভৰক ভোগালী! অসমবাসীলৈ উৰুকাৰ শুভেচ্ছা

Bihu

আজি উৰুকা। ৰাজ্যবাসীয়ে বহু উলহ-মালহেৰে পালন কৰিছে উৰুকা। লগে-ভাগে এসাঁজ খাবলৈ প্ৰস্তুতি অসমবাসীৰ।ৰৌ-বৰালি, চিতল-আৰি, হাঁহ-খাহিয়ে ভৰিছে বজাৰয এতিয়া মাথো অসমবাসীৰ গা সাতখন-আঠখন।

Category
Profile picture for user UB Photos