স্বামীৰ জন্মদিনত কি বিশেষ কৰিলে মোহময়ী অভিনেত্ৰী অনুস্কা শৰ্মাই? 

Virat Kohli

আজি ক্ৰিকেটৰ নায়ক বিৰাট কোহলীৰ জন্মদিন।

Birthday

বিশ্ববাসীৰ লগতে পত্নী অনুষ্কা শৰ্মাইয়ো কিং কোহলীক সামাজিক মাধ্যমত জনালে শুভেচ্ছা। 

Wish

কিন্তু বিৰাট কোহলীৰ কেইখনমান বিশেষ ফটোৰে শুভেচ্ছা জনালে কোহলীক।

Anuska Sharma

এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ফটো কেইখন।

Celebrity

ফটো কেইখনৰ লগতে তেখেতে লিখিছে 'এয়া তোমাৰ জন্মদিন লভ্, সেইকাৰণে জন্মদিনৰ কাৰণে তোমাৰ শ্ৰেষ্ঠ ফটো কেইখনেই মই বাছি লৈছো। প্ৰতিটো সময়তে তোমাক ভাল পাই থাকিম'। 

Category
Profile picture for user UB Photos