শিক্ষানুষ্ঠানৰ শ্ৰেণী কোঠাৰ ভিতৰতে অশালীন কাৰ্যত লিপ্ত ছাত্ৰ-ছাত্ৰী, ভিডিঅ’ ভাইৰেল!

Ramanuj Gupta Degree College

ৰাজ্যৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠানত সংঘটিত হৈছে এক অতিকে লজ্জাজনক ঘটনা। শ্ৰেণীকোঠাৰ ভিতৰতে অশালীন কাৰ্যত লিপ্ত ছাত্ৰ-ছাত্ৰী।

শিলচৰৰ ৰামানুজ গুপ্তা ডিগ্ৰী কলেজত সংঘটিত হয় এই জঘন্য কাণ্ড।‌ শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰী লিপ্ত আছিল অসৎ কাৰ্যত। ৫ গৰাকী ছাত্ৰ–ছাত্ৰীৰ অশালীন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল।

photo

শ্ৰেণীকোঠাৰ ভিতৰতে অশ্লীল কৰ্মকাণ্ডত লিপ্ত হৈছিল ছাত্ৰ-ছাত্ৰীকেইগৰাকী। ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে কঠোৰ স্থিতি গ্ৰহণ কৰি মুঠ ৭ গৰাকী ছাত্ৰ-ছাত্ৰীক শিক্ষানুষ্ঠানখনৰ পৰা বহিষ্কাৰ কৰে।

 

Category
Profile picture for user UB Photos