
তিনিচুকীয়া কলেজ তিনিআলিৰ সমীপত থকা বৌদ্ধ মন্দিৰৰ পৰা ভিক্ষু ৰতনশ্ৰী ওৰফে ৰাহুল বৰুৱা আটক তিনিচুকীয়া আৰক্ষীৰ ৷
ৰতনশ্ৰীৰ পৰা ত্ৰিপুৰাৰ ভুৱা পৰিচয় পত্ৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷
ইতিমধ্যে ভিক্ষু গৰাকীৰ বিৰুদ্ধে তিনিচুকীয়া সদৰত থানাত গোচৰ নং 738/2022U/S 120B/466/468/471R/W SECtion 14(A)(B)বিদেশী আইন 1946 গোচৰ ৰুজু হৈছে ৷
Category
- Log in to post comments