
শিৱসাগৰত নিজৰ ৯ বছৰীয়া কন্যাক ধৰ্ষণৰ কৰিবলৈ চেষ্টা চলাই পলাতক হৈ থকা চফিকুল ইছলামক আটক শিৱসাগৰ আৰক্ষীৰ ।
শিৱসাগৰৰ দৰবাৰ ৰোডত ভাড়াতীয়া হিচাপে থকা চফিকুল ইছলামৰ ঘৰ নগাঁৱৰ জুৰীয়াত ।
উল্লেখযোগ্য যে চফিকুল ইছলামৰ নিজ পত্নী নুজোমা বেগমে ৬ আগষ্টত শিৱসাগৰ সদৰ থানাত দাখিল কৰিছিল এজাহাৰ ।
উক্ত দিনৰ পৰা পলাতক হৈ আছিল চফিকুল ইছলাম নামৰ পাষাণ পিতৃ ।
শিৱসাগৰ আৰক্ষীয়ে সদৰ থানাত ৰুজু হোৱা ৩০৫ নং গোচৰৰ ভিত্তিত চফিকুল ইছলামক আটক কৰি সোধ পোছ অব্যাহত ।
Category
- Log in to post comments