আপোনাৰ শৰীৰত ইউৰিক এচিডৰ পৰিমাণ কম নেকি? তেন্তে আজিয়ে কৰক এই কাম

Uric Acid

আঙুৰ এনে এবিধ ফল যি প্ৰতিজন ব্যক্তিৰ বাবে উপকাৰী।

আঙুৰৰ উপকাৰিতা বহুতো আছে। আঙুৰক আমি বিভিন্ন ধৰণেৰে খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰোঁ।

grapes

আঙুৰত থকা এণ্টি অক্সিডেণ্টে শৰীৰৰ ৰোগ প্ৰতিৰোধত সহায় কৰে। আঙুৰত পানীৰ মাত্ৰা অধিক হোৱাৰ বাবে ই আমাৰ শৰীৰটো সতেজ কৰি ৰখাতো অৰিহণা যোগায়।

আঙুৰে আমাৰ শৰীৰত ইউৰিক এচিডৰ পৰিমাণ কম কৰাৰ বাবেও সহায় কৰে। এনিমিয়া ৰোগীৰ বাবে আঙুৰ যথেষ্ট উপকাৰী, দৈনিৰ আঙুৰৰ ৰস সেৱনে শৰীৰত তেজৰ মাত্ৰা বৃদ্ধিত সহায় কৰে।

grapes

আঙুৰৰ ৰসে মাইগ্ৰেণ ৰোগ প্ৰতিৰোধত অৰিহণা যোগায়। আঙুৰে আমাৰ শৰীৰত স্মৃতিশক্তি বৃদ্ধি কৰাৰ লগতে হজমশক্তি বৃদ্ধি কৰে।

Category
Profile picture for user UB Photos