
ঘোষণা হ’ল মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। ফলাফল অনুসৰি এইবাৰৰ উত্তীৰ্ণৰ হাৰ ৫৬.৪৯ শতাংশ।
মেট্ৰিক পৰীক্ষাত অনুতীৰ্ণ হৈ মেৰাপানীত এজন ছাত্ৰৰ আত্মহত্যা।
মৃত্যু হোৱা ছাত্ৰজনৰ নাম চবিন চুতীয়া।
চৰাইমাৰী জিৎপুৰ গাঁৱৰ ছাত্ৰজনে জামুগুৰি পৰীক্ষা কেন্দ্ৰৰ পৰা চৰাইমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ হৈ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল।
Category
- Log in to post comments