গুৱাহাটীত TMCৰ অনুষ্ঠানত পশ্চিমবংগ আৰক্ষীৰ গুণ্ডাগিৰি

TMC

গুৱাহাটীত TMCৰ অনুষ্ঠানত পশ্চিমবংগ আৰক্ষীৰ গুণ্ডাগিৰি। 

অভিষেক বেনাৰ্জীৰ নিৰাপত্তাৰক্ষীৰ অসভ্য় আচৰণ সাংবাদিকক।

জ্য়েষ্ঠ ভিডিঅ' সাংবাদিকক অপদস্থ তৃণমূল কংগ্ৰছেৰ ।

অকথ্য় গালি-গালাজ পাৰি অনুস্থানৰ পৰাৈ গতিয়াই দিয়াৰ অভিযোগ।

প্ৰতিবাদস্বৰূপে সকলো সাংবাদিকে বন্ধ কৰিলে ক'ভাৰেজ।

Category
Profile picture for user UB Photos