Twitterৰ পিছত এইবাৰ Coca Cola ক্ৰয় কৰিব এলন মাস্কে! কিন্তু কিয় Coca Colaত কোকেইন মিহলাব মাস্কে?

Elon Musk

টুইটাৰ ক্ৰয় কৰাৰ পিছত এইবাৰ কোকা-কোলা ক্ৰয়ৰ মন মেলিছে এলন মাস্কে। অকল সেয়াই নহয়, কোকা-কোলাত কোকেইন মিহলাব বুলি মন্তব্য কৰিছে। অৱশ্যে এই কথা ধেমালী কৰি মাস্কে টুইট কৰিছে আৰু ‘টুইটাৰক আটাইতকৈ আমোদজনক স্থান কৰি তুলিব’ বুলিও কৈছে।

মাস্কৰ টুইটত কোনো কোনোৱে লিখিছে যে “আপুনি মেকড’নাল্ড ক্ৰয় কৰক আৰু ইয়াৰ সকলো আইচক্ৰীম মেচিন ঠিক কৰক’।

Category
Profile picture for user UB Photos