BIG BREAKING: SI পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল!

question paper leak

◼ SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল

◼ সামাজিক মাধ্য়মত বিয়পি পৰিল প্ৰশ্ন কাকত

◼ দেওবাৰে হৈছিল আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষা

◼ পৰীক্ষাৰ্থীক আনিবলৈ দিয়া হোৱা নাছিল প্ৰশ্নকাকত

◼ সম্প্ৰতি স্মাৰ্টফোনৰ স্ক্রিনত সেই প্ৰশ্নকাকত উপলদ্ধ
 

Category
Profile picture for user UB Photos