বিবাহপাশত আবদ্ধ হ’ল ৰণবীৰ-আলিয়া, ছ’চিয়েল মিডিয়াত ভাইৰেল দুয়োৰে বিয়াৰ ফটো…

ranbir alia wedding

বহু জল্পনা-কল্পনাৰ অন্ত পেলাই বিবাহপাশত আবদ্ধ হ’ল বলিউডৰ জনপ্ৰিয় যুটী ৰণবীৰ-আলিয়া। যুগ্ম জীৱনৰ বাবে চিৰদিনৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ হ’ল দুয়ো।

ranbir alia

বিবাহ সম্পন্ন হোৱাৰ পিছতে আলিয়া ভাটে নিজৰ ইনষ্টাগ্ৰাম প্ৰ’ফাইলত শ্বেয়াৰ কৰে স্বামী-স্ত্ৰীৰ ফটো।

 

ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ মুম্বাইৰ এপাৰ্টমেণ্ট Vastuত সম্পন্ন হয় বিবাহখন।

ranbir alia1

উল্লেখ্য যে, কেৱল ঘনিষ্ঠ আত্মীয় আৰু বন্ধু উপস্থিত থাকে বিবাহখনত।

ranbir alia2

বুধবাৰে, মেহেন্দি অনুষ্ঠান হোৱাৰ পিছত বৃহস্পতিবাৰে পুৱা সম্পন্ন হ’ল হালধি অনুষ্ঠান।

Category
Profile picture for user UB Photos