
◼️ৰাজনীতিৰ পথাৰ কক্লিন বল্ড হ’ল ইমৰান খানৰ
◼️পাকিস্তানৰ প্ৰধানমন্ত্ৰী পদৰ পৰা ক্ষমতাচ্যুত ইমৰান খান
◼️অনাস্থা ভোটত শোচনীয় পৰাজয় ইমৰান খানৰ
◼️নিশা ১২.৩০ বজাত অনুষ্ঠিত হৈছিল অনাস্থা প্ৰস্তাৱৰ ভোট গ্ৰহণ
◼️অনাস্থা প্ৰস্তাৱত ইমৰানখানৰ বিৰুদ্ধে পৰিল ১৭৪টা ভোট
◼️ফলস্বৰূপে পতন ঘটিল ইমৰান খান চৰকাৰৰ
◼️ভোট গ্ৰহণ বৰ্জন ইমৰান খানৰ দল PTIৰ
◼️পাকিস্তানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ
◼️১১ এপ্ৰিলত হ’ব শ্বাহ বাজ শ্বৰীফৰ শপত গ্ৰহণ
Category
- Log in to post comments