
◼️ মেট্ৰিক পৰীক্ষাৰ নামত শিঙিমাৰী মহম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুৰ্নীতিৰ অভিযোগ
◼️ অধ্যক্ষই কেয়াৰ নকৰে মুখ্যমন্ত্ৰী,শিক্ষামন্ত্ৰী আৰু ছেবাৰ নিৰ্দেশনাক
◼️ নিজ ছোৱালীক নকল যোগাান দিবলৈ বিদ্যালয়ত আহে সহঃশিক্ষক ছফিকুৰ ৰহমান
◼️ বিদ্যালয়খনৰ পৰীক্ষাৰ ৮ নম্বৰ কোঠাত চলে নকলৰ ৰমৰমীয়া বেহা চলাৰ অভিযোগ
◼️ বিষয় শিক্ষক ইলিয়াছ আহমেদে টকাৰ বিনিময়ত যোগান ধৰে নকল
◼️ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই এনেধৰে বিদ্যালয়খনত চলাই আছে মেট্ৰিক পৰীক্ষাৰ নামত ৰমৰমীয়া বেহা
◼️ এই বিষয়ত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক হস্তক্ষেপৰ দাবী জনায় বিশিষ্ট সমাজ কৰ্মী আবুল বাসাৰ আৰু স্থানীয় ৰাইজে।
- Log in to post comments