
◾পুনৰ বাঢ়িল বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম
◾১৯ কেজি বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১০৫ টকা বৃদ্ধি
◾দিল্লীত বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ’লগৈ ২০১২টকা
◾কলকাতাত বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১০৮টকা বৃদ্ধি
◾৫ কিলোগ্ৰাম LPG চিলিণ্ডাৰৰ দাম বৃদ্ধি
◾২৭ টকা বৃদ্ধি ৫ কেজি ওজনৰ চিলিণ্ডাৰৰ মূল্য
◾প্ৰতিটো ৫ কেজি চিলিণ্ডাৰৰ দাম ৫৬৯ টকালৈ বৃদ্ধি
◾আজিৰে পৰা কাৰ্যকৰী হ’ল নতুন নিৰিখ
Category
- Log in to post comments