
◾️ অবৈধ পাৰ্কিং গঢ়ি বিপদত মহানগৰীৰ CITY CENTER
◾️ অবৈধ পাৰ্কিঙৰ বিৰুদ্ধে চিটী চেণ্টাৰত GMCৰ অভিযান
◾️ অবৈধভাৱে চলাই থকা পাৰ্কিং প্লেচ তাৎক্ষণিকভাৱে বন্ধৰ নিৰ্দেশ
◾️ অনুমতি নোলোৱাকৈ পাৰ্কিং প্লেচ চলোৱাৰ বাবে ১০ লাখ টকাৰ জৰিমনা
◾️ জৰিমনাৰ ধন দিবলৈ অপাৰগতা প্ৰকাশ মূল কৰ্তৃপক্ষৰ
◾️ পাৰ্কিঙৰ নামত প্ৰতিখন বাহনৰ পৰা সংগ্ৰহ কৰিছিল ১০০-১৫০ টকা
◾️ অবৈধ পাৰ্কিঙৰ পৰা দিনে ২০-৩০ হাজাৰ সংগ্ৰহ কৰি অহাৰ অভিযোগ
Category
- Log in to post comments