- অৱশেষত ঘোষণা মাজুলীত উপনিৰ্বাচনৰ দিন।
 - ৭ মাৰ্চত ভোটগ্ৰহণ, ১০ মাৰ্চত ভোট গণনা।
 - মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ১৭ ফেব্ৰুৱাৰী
 - মনোনয়ন পত্ৰ প্ৰত্য়াহাৰৰ অন্তিম দিন ২১ ফেব্ৰুৱাৰী
 - ১৮ ফেব্ৰুৱাৰীত মনোনয়ন পত্ৰৰ পৰীক্ষা
 - ১০ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ অধিসূচনা জাৰি
 - সৰ্বানন্দ সোনোৱালৰ পদত্য়াগৰ পিছত খালী হৈ আছে বিধায়ক পদ।
 
Category
              
          - Log in to post comments