বহু পুৰুষৰ হৃদয় ভাঙি বিয়াত বহিল মৌনি ৰয়, কইনাৰ সাজে ৰূপত জেউতী চৰালে মৌনিৰ!

Mouni Roy Wedding

মৌনি ৰয়ৰ বন্ধু অৰ্জুন বিজলানিয়ে মৌনি আৰু সুৰজৰ বিয়াৰ ফটো প্ৰথমে শ্বেয়াৰ কৰি লিখিছে, মিষ্টাৰ এণ্ড মিছেছ নাম্বিয়াৰ।

 

দক্ষিণ ভাৰতৰ ষ্টাইলত সম্পন্ন হয় মৌনি আৰু সুৰজৰ বিয়া। মালায়ালী ৰীতি–নীতি মতে সম্পন্ন হয় বিয়া। 

wedding photo

পিন্ধনত বগা ৰঙৰ শাড়ী পিন্ধিছে মৌনিয়ে। সোণৰ গহণাই সম্পূৰ্ণ কৰিছে মৌনিৰ লুক। দক্ষিণ ভাৰতৰ বোৱাৰী মৌনি ৰয়ৰ সাধাৰণ লুকতো লাগিছে অসাধাৰণ।

mouni wedding photo

 
 
Category
Profile picture for user UB Photos