এইবাৰ হাস্পতালত বিনামূলীয়া নহ'ব কভিডৰ চিকিত্‍সা, চৰকাৰৰ নজৰ থাকিব হোম আইচ'লেছনত

হিমন্ত বিশ্ব শৰ্মা

শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৰোণাৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে।

বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত প্ৰায় ৮৫০ জন লোকৰ দেহত ধৰা পৰিছে কোৰোণাৰ সংক্ৰমণ।

এইবাৰ হাস্পতালত ভৰ্তি হোৱা কোৰোণা ৰোগীৰ চিকিত্‍সা বিনামূলীয়া নহ'ব। সেইদৰে কোনো বিশেষ খাদ্যৰো ব্যৱস্থা কৰা নহ'ব। ৰোগীৰ অভিভাৱকে ঘৰৰ পৰাই খাদ্য আনিব পাৰিব। কিন্তু চিৰিয়াচ ৰোগী আৰু বিপিএল ৰোগীৰ চিকিত্‍সাহে বিনামূলীয়া হ'ব।

Category
Profile picture for user UB Photos